সাপেখাতী: মিছাজানত বাঘৰ সন্ত্ৰাস,বিদ্যুৎ গগৈ এটা ছাগলী নাহৰফুটুকী বাঘে ভক্ষণ,এটা আহত
দেওবাৰে ৬ বজাত বৰহাট আঞ্চলিক বন কাৰ্য্যালয়ৰ অন্তৰ্গত মিছাজান গাওঁত বিদ্যুৎ গগৈ এটা ছাগলী নাহৰফুটুকী বাঘে ভক্ষণ কৰে।উল্লেখ্য যে বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নাহৰফুটুকী বাঘে ধাৰাবাহিক ভাবে গৰু,ছাগলী, গাহৰি খাই সন্ত্ৰাস সৃষ্টি কৰি থকা সময়তে আজি মিছাজানত এটা ছাগলী বাঘে নিহত কৰি ভক্ষণ কৰে।