নগাঁও: নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয় আকস্মিক পৰিদৰ্শক জিলা আয়ুক্তৰ
Nagaon, Nagaon | Nov 3, 2025 নিযুত মইনা আঁচনি দিয়াৰ নামতো ধন সংগ্ৰহ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে। নগাঁৱৰ ডচন স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। নিযুত মইনা আঁচনি দিয়াৰ নামত ছাত্ৰীৰ পৰা এহেজাৰ টকাকৈ সংগ্ৰহৰ অভিযোগ। খোদ জিলা আয়ুক্তৰ পৰিদর্শনত পোহৰলৈ আহিছে এই তথ্য। সোমবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পৰিদর্শন কৰে নগাঁও ডচন স্কুল।