খুমটাই: বাদুলি পাৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা ছিটিকি গৈ বাইক সোমাল পানীত,কথমপি প্ৰাণ ৰক্ষা চাৰি জন লোকৰ
বাদুলি পাৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা। বাইক আৰু চাৰি চকিয়া বাহনৰ সংঘৰ্ষ।কথমপি প্ৰাণ ৰক্ষা চাৰি জন লোক l দেওবাৰে বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা l তীব্ৰ বেগত থকাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে l ঘটনা স্থলীত দেৰগাঁৱ আৰক্ষী উপস্থিত হৈ আঘাত প্ৰাপ্ত সকলক চিকিৎসালয়লৈ লৈ যোৱাৰ লগতে বাহন দুখন জব্দ কৰি থানালৈ লৈ যাই।