মৰাণ: মৰাণৰ হিংৰিজান সাৰ্বজনীন দুৰ্গা পূজাত সেৱা লৈ ৰাজ্যবাসীৰ মংগল কামনা কৰে মন্ত্ৰী যোগেন মহনে
মৰাণৰ হিংৰিজান সাৰ্বজনীন দুৰ্গা পূজাত আজি উপস্থিত হয় মন্ত্ৰী যোগেন মহন। মন্ত্ৰী গৰাকীয়ে জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মা দুৰ্গাক সেৱা লৈ ৰাজ্যবাসীৰ মংগল কামনা কৰে ।