নলবাৰী: জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নলবাৰীত প্ৰতিক্ৰিয়া
জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় য়ে মুক্তিৰ দিনটোত চিনেমা খন উপভোগ কৰা কথা উল্লেখ কৰি কেইবাটাও মন্তব্য কৰে