মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ গৰাংগ মন্দিৰত দৌল উৎসৱ উপলক্ষে উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে সেৱা লয়
মৰিগাঁও জিলাৰ মায়ঙৰ গৰাংগ মন্দিৰত অনুষ্ঠিত দৌল উৎসৱত আজি অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে সেৱা লয়। এই উৎসৱ অসমৰ এক প্ৰধান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান, য'ত ভক্তসকলে ভগৱান কৃষ্ণৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধা আদি নিবেদন কৰে। দৌল উৎসৱত বিভিন্ন ধৰ্মীয় অনুষ্ঠান, ভক্তিমূলক গীত-নৃত্য আৰু প্ৰসাদ বিতৰণৰ জৰিয়তে উৎসৱৰ পৰিবেশ আৰু উল্লাসময় কৰি তোলা হয়। সাংসদ গৌৰৱ গগৈয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় লোকৰ সৈতে একাত্মতা প্ৰকাশ কৰে। মায়ঙৰ শ্ৰী শ্ৰী মহাপ্ৰভু গৌৰাংগ মন্দিৰ হৈ