আজাৰা: আগন্তুক ৩ দিনলৈ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বৰষুণক লৈ সতৰ্কবাণী, ঠায়ে ঠায়ে ৰেড এলাৰ্ট ।
বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰে আগন্তুক ৩ দিনলৈ সতৰ্কবাণী । বিভিন্ন ঠাইত মূষলধাৰ বৰষুণ, বিজুলী ঢেৰেকণি লগতে ধুমুহাৰ বাবে সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ । বিভিন্ন ঠাইত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰে ৰেড এলাৰ্ট ।