Public App Logo
Jansamasya
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
Newsupdate
���निका
No video available

লাহৰীঘাট: কুশতলিত শনিবাৰে সন্ধিয়া আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত শক্তি কেন্দ্ৰৰ বিষয়ববীয়া সকলৰ সৈতে মণ্ডল বিজেপিৰ বৈঠক

Laharighat, Morigaon | Apr 6, 2024
লাহৰীঘাটৰ কুশতলিত আজি সন্ধিয়া কুশতলি পঞ্চায়তৰ শক্তি কেন্দ্ৰৰ বিষয়ববীয়া সকলৰ সৈতে কুশতলি মণ্ডল বিজেপিৰ বিষয়ববীয়া সকলৰ এখন বৈঠক অনুষ্ঠিত হয়।আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা বৈঠকখনত কুশতলি নিজগেৰুৱা মণ্ডল বিজেপিৰ সভাপতি ৰাজেন সেনাপতি,উপ সভাপতি তথা নিজগেৰুৱা জিলা পৰিষদৰ সদস্য সঞ্জয় ব্ৰহ্ম সহ শক্তি কেন্দ্ৰৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
লাহৰীঘাট: কুশতলিত শনিবাৰে সন্ধিয়া আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত শক্তি কেন্দ্ৰৰ বিষয়ববীয়া সকলৰ সৈতে মণ্ডল বিজেপিৰ বৈঠক - Laharighat News