আজাৰা: বৰঝাৰ বায়ুসেনা ষ্টেচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ভাৰতীয় বায়ু সেনাৰ ৯৩সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ অংশ হিচাপে বৰঝাৰ বায়ুসেনা ষ্টেচনত মুখ্যমন্ত্ৰী । বায়ুসেনা বাহিনীৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।