চেঙা: বালিধৰী চৰত বালিধৰী প্ৰাথমিক বিদ্যালয় ভৱনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে
Chenga, Barpeta | Sep 6, 2025
চেঙা সমষ্টিৰ দক্ষিণ গোধুনী গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিধৰী চৰত ৪ লাখ টকা ব্যয়েৰে বালিধৰী প্ৰাথমিক বিদ্যালয় ভৱনৰ...