মাটি ক্ৰয় কৰিবলৈ আহি নগাঁৱত প্ৰৱঞ্চনাৰ বলি হ'ল মধ্যপ্ৰদেশৰ ব্যক্তি, বুধবাৰে নগাৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ সংবাদমেল, নগাঁও জিলাৰ কাটিমাৰি অঞ্চলত বহিঃ ৰাজ্যৰ ব্যক্তি কেইজনক মাটি আনি নকল টকাৰ ব্যৱসায় কৰা বুলি ব্লেক মেইল কৰাৰ অভিযোগ । ব্লেক মেইল কৰি ৫ লাখ টকা লুটি নিয়া ৰিয়াজুল ইছলাম আৰু নবি হুছেইনক বুধবাৰে লক্ষিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে নগাঁও সদৰ আৰক্ষীয়ে