নলবাৰী: সদৌ অসম বিশেষভাবে সক্ষম সন্থাৰ প্ৰতিবন্ধী ব্যাক্তিসকলৰ নায্যপ্ৰাপ্তিৰ দাবীত চহৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত স্মাৰক প্ৰত্ৰ
সদৌ অসম বিশেষভাবে সক্ষম সন্থাৰ উদ্যোগত প্ৰতিবন্ধী ব্যাক্তিসকলৰ নায্য প্ৰাপ্তিৰ দাবীত জিলা আয়ুক্তৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান।কাৰ্য্যসূচীত প্ৰতিবন্ধী লোকসকল উপস্থিত থাকে