আজাৰা: বিশ্ব অভিলেখ গঢ়া দক্ষিণ কামৰূপৰ মানসজ্যোতিৰ ঘৰত লুৰিণজ্যাতি গগৈ
বিশ্বত অসমৰ নাম উজলাবলৈ সক্ষম হোৱা দক্ষিণ কামৰূপৰ উপৰহালীৰ মানসজ্যোতি তালুকদাৰৰ ঘৰত লুৰিণজ্যেতি গগৈ । 'Worldwide Book of Records'ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল অসম সন্তান মানসজ্যোতি তালুকদাৰ । 'The Cubic Methods' নামৰ এখন কিতাপ ৰচনা কৰি বিশ্ব অভিলেখ গঢ়িছিল মানসজ্যোতিয়ে ।