পশ্চিম যোৰহাট: গুৱাহাটীৰ পৰা অনা হল যোৰহাটলৈ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ চিতা ভষ্ম, যোৰহাট স্থিত চুকাফা সমন্দ্বয় ক্ষেত্ৰত অৰ্পণ কৰে
গুৱাহাটীৰ পৰা অনা হল যোৰহাটলৈ মঙলবাৰে বিয়লি প্ৰায় দুই বাজি ৩০ মিনিটত মান সময়ত প্ৰাণৰ শিল্পী গৰাকীৰ চিতা ভষ্ম । যোৰহাট স্থিত চুকাফা সমন্দ্বয় ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন আৰু শ্ৰদ্ধাঞ্জলি সমিতিক অৰ্পন কৰে চিতাভস্ম । জিলা আয়ুক্ত , বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী , ৰূপজ্যোতি কুৰ্মিৰ উপস্থিতি থাকে উক্ত অনুষ্ঠানত