মৰিগাঁও: চাইবাৰ অপৰাধী চক্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯৩ লাখ টকা ঘটনা সন্দৰ্ভত সংবাদ মেল সম্বোধন জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়
Marigaon, Morigaon | Aug 4, 2025
পিয়ুজ কান্তি দে নামৰ মৰিগাঁৱৰ এজন ব্যৱসায়ীৰ পৰা উত্তৰপ্ৰদেশৰ চাইবাৰ অপৰাধীয়ে কৌশলেৰে সৰকাই নিছিল ৯৬ লাখ কৈ টকা।ঘটনা...