ডুমডুমা: কাকপথাৰত অসমীয়া দুৰ্গা পূজা মন্দিৰ সমিতিৰ শতবৰ্ষ উদযাপন
আজি মংগলবৰ । পৱিত্ৰ মহা অষ্টমী , ৰাজ্যৰ প্রান্তে প্রান্তে ভক্তি সহকাৰে পালন কৰিছে মহা অষ্টমী । সমান্তৰালকৈ তিনিচুকীয়াৰ জিলাৰ কাকপথাৰত কাকপথাৰত অসমীয়া দুৰ্গা পূজা মন্দিৰ সমিতিয়ে পৰম্পৰাগত ধৰ্মীয় ৰীতি নীতিৰে শতবৰ্ষ উদযাপন কৰিছে । পূজা স্থলীত নিশা প্ৰায় ৮ বজাত ভক্ত প্ৰাণ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হয় ।