বাঘবৰ: চিকনি জিপিত বাল্য বিবাহৰ প্ৰভাৱৰ সন্দৰ্ভত সজাগতা সভা, অতিৰিক্ত আয়ুক্ত মৌচুমী চেতিয়াৰ অংশ গ্ৰহণ
Baghbor, Barpeta | Aug 22, 2025
বেটি বচাও বেটি পঢ়াও অভিযানৰ অধীনত বাল্য বিবাহ মুক্ত গ্ৰাম পঞ্চায়ত হিচাপে ঘোষণা কৰাৰ লক্ষ্যৰে শুক্ৰবাৰে ৰূপসী ব্লকৰ...