পলাশবাৰী: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক মির্জা পূজা মণ্ডপত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, উপস্থিত বিধায়ক
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক মির্জা পূজা মণ্ডপত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, উপস্থিত বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যেগত আৰু মির্জা আঞ্চলিক শ্রী শ্রীদুর্গা পূজা সমিতিৰ সহযোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়ক গৰাকী উপস্থিত থাকি মহান শিল্পী জনাৰ আত্মাৰ চিৰশান্তি কামনাৰে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ।