ছিপাঝাৰ: দৰঙৰ গণেশকুঁৱৰী অঞ্চলত আফ্ৰিকান ছোৱাইন ফেভাৰৰ ভয়াবহ সংক্ৰমণ। চৰকাৰী ব্যৱস্থাৰে নিধন কৰা হৈছে ৪৬ টা গাহৰি
Sipajhar, Darrang | Sep 11, 2025
ছিপাঝাৰৰ গনেশকুঁৱৰী অঞ্চলত গাহৰি পালকৰ ফাৰ্মত সৰু ডাঙৰ ৪৬ তা গাহৰি নিধন কৰা হয়। দৰং জিলা পশুপালন আৰু পশু চিকিৎসা...