টিয়ক: কাকজান বনগাঁও তিনিআলিৰ সমীপত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত ,আঘাতপ্ৰাপ্ত এজন
Teok, Jorhat | Sep 8, 2025 টীয়কৰ কাকজান বনগাঁও তিনিআলিৰ সমীপত ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত । আঘাতপ্ৰাপ্ত এজন । ডিব্ৰুগড়ৰ পৰা আহি থকা এখন বাহনে পথ অতিক্ৰম কৰিবলৈ লোৱা এখন পালছাৰ NS বাইকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত বাইক আৰোহী ইজাজোল আলি নামৰ যুৱক জন আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে বাইক আৰোহী জনক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰে ।