বিজনী ভাগ: ঝাৰবিষপানী কালী মন্দিৰ প্ৰাঙ্গণত নাট ভৱন নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠিত, উপস্থিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়
Bijni Part, Chirang | Aug 21, 2025
আজি চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰবিষপানী কালী মন্দিৰ প্ৰাঙ্গণত নাট ভৱন নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠিত হয়...