মঙলদৈ ভাগ: মঙলদৈ প্ৰণামী ভৱনত ৰক্তদাদ শিবিৰ, উপস্থিত বিধায়ক জিলা আয়ুক্ত
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৭৫ সংখ্যক জন্ম দিন। জন্ম দিন উপলক্ষে মঙলদৈ প্রণামী ভৱনত মঙলদৈ জিলা স্বাস্থ্য সমিতি দৰং জিলাৰ উদ্যোগত আৰু ইউনিটি উই দ্যা ব্লাড ড 'নাৰ্চৰ সহযোগিতাত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে।এই ৰক্তদান শিবীৰত উপস্থিত থাকে বিধায়ক পৰমানন্দ ৰাজবংশী, বসন্ত দাস,জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি