ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী, APCC ৰ সভাপতি গৌৰৱ গগৈ উপস্থিতিত মানবেন্দ্ৰ শৰ্মা চৌহদত অনুষ্ঠিত হ'য় যোগদান কাৰ্যসূচী। কেইবাখনো জিলাৰ পৰা ৰাজনৈতিক দলৰ লগতে অন্যান্য দল সংগঠনৰ নেতাই যোগদান কৰে কংগ্ৰেছত ।বিগত কেইবা দশক মিছিং জনগোষ্ঠীৰ উত্তৰণ হকে সবল নেতৃত্ব দি অহা তথা 'জনজাগৰণ অসম' নামৰ আঞ্চলিক দলৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজু মেদকে আজি আনুষ্ঠানিক ভাৱে কংগ্ৰেছত কৰে যোগদান।