Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

নগাঁও: ধাৰাষাৰ বৰষূণৰ ফলত কলিয়াবৰৰ বুঢ়াপাহাৰত ৩৭ নম্বৰ ঘাইপথত বাগৰিল গছ,বন বিভাগৰ লোক উপস্থিত হৈ আতৰাই গছ

Nagaon, Nagaon | Sep 15, 2025
ধাৰাষাৰ বৰষূণৰ ফলত কলিয়াবৰৰ বুঢ়াপাহাৰত ৩৭ নম্বৰ ঘাইপথত বাগৰিল গছ।সোমবাৰে পুৱা প্ৰায় ৮ মান বজাত বন বিভাগৰ লোক উপস্থিত হৈ গছ পথৰ পৰা আঁতৰাই সূচল কৰে যাতায়ত।উল্লেখ্য যে পথত গছ বাগৰি পৰা ফলত প্ৰায় দুই, তিনি ঘন্টা সময় ব্যাহত হয় উজনি - নামনিৰ পথৰ যাতায়ত। কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল আৰু জখলাবন্ধা বনখণ্ডই নেৰানেপেৰা বৰষূণৰ মাজতে গছ পথৰ পৰা আঁতৰাই সূচল কৰে যাতায়ত।

MORE NEWS