দিছপুৰ: ফিফা বিশ্বকাপৰ ট্ৰফীক আদৰিবলৈ অনুষ্ঠিত বৈঠক
ফিফা বিশ্বকাপৰ লোভনীয় ট্ৰফীক আদৰিবলৈ সাজু অসম । ১৩ জানুৱাৰীত ফিফা বিশ্বকাপ ট্ৰফী ভ্ৰমণে গুৱাহাটীত সৰুসজাইৰ এথলেটিক ষ্টেডিয়ামত অঞ্চলটোৰ ফুটবলপ্ৰেমীসকলক ট্ৰফী চোৱাৰ সুযোগ প্ৰদান কৰিব । প্ৰস্তুতি তদাৰক কৰিবলৈ অসম চৰকাৰৰ মূখ্য সচিবে কোকাকোলা আৰু অন্যান্য চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় ।