নগাঁও: নগাঁৱৰ ইটাপাৰাত উত্তপ্ত পৰিস্থিতি,কিশোৰৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি,ঘটনাস্থলিত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত
নগাঁৱৰ ইটাপাৰাত উত্তপ্ত পৰিস্থিতি।কিশোৰৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আৰিফুল ইছলাম নামৰ এটি কিশোৰৰ হত্যাক লৈ ৰাইজৰ প্ৰতিবাদ।গডি শ্বেইখ নামৰ এগৰাকী ব্যক্তিয়ে তেঁওৰ পুত্ৰৰ সৈতে লগ হৈ এই কুকাৰ্য কৰাৰ অভিযোগ।গডি শ্বেইখৰ বাৰীলৈ প্ৰায়ে খৰি বিচাৰি গৈছিল আৰিফুল।মঙলবাৰে গডি শ্বেখে আৰিফুলক হত্যা কৰি গছত ওলোমাই থোৱাৰ ভাবুকি দিছিল। আজি পুনৰ গডী শ্বেইখৰ বাৰীলৈ খৰি বিচাৰি গৈ হত্যাৰ বলি হয় আৰিফুল।হত্যা কৰি ডিঙিত ৰচি লগাই ওলোমাই থোৱা হৈছিল আৰিফুলক।ৰাইজৰ অভিযোগ গডী শ্বেইখে