বৰপেটা: কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি বাহাল ৰখাৰ দাবীত আয়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰকপত্ৰ
Barpeta, Barpeta | Sep 9, 2025
মুখ্যমন্ত্রীলৈ বৰপেটা জিলা বিকলাংগ সন্থাৰ স্মাৰকপত্ৰ । বিকলাংগ সকলৰ কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰে গ্ৰহন কৰা "দীনদয়াল...