শদিয়া: শদিয়াত মাটি পট্টা প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় বিধায়ক বলীন চেতিয়াই
সোমবাৰে বিয়লি প্রায় ৩ বজাত শদিয়াত মাটি পট্টা প্ৰদান প্ৰক্ৰিয়াৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই । উপস্থিত থাকে শদিয়া সমজিলাৰ আয়ুক্ত ৱাচবীৰ সুভানী , শদিয়াৰ চক্ৰ বিষয়া শ্ৰী জয়দীপ ৰাজক আৰু চপাখোৱা পৌৰসভাৰ উপ- পৌৰপতি বিপিন গগৈ , শদিয়া সমষ্টিৰ অন্তৰ্গত গাঁওপ্ৰধানসকলে ।