মঙলদৈ ভাগ: SIT সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া,মঙলদৈত এই প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা গৰাকীৰ
SIT সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া,SIT ৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানবাৰ কব মই সিমানেই Hero হৈ গৈ থাকিম। হিমন্ত বিশ্ব শৰ্মাই SIT Report তলা মাৰি সুমাই থোৱাৰ পৰিবৰ্তে সংবাদ মেল অনুষ্ঠিত কৰি ৰাজহুৱা কৰিবলৈ আহ্বান গৌৰৱ গগৈৰ। মই পাকিস্তান এবাৰ গৈছিলোঁ কিন্তু হিমন্ত বিশ্ববশর্মা বাংলাদেশ কেইবাৰ গৈছিল সেয়াও ৰাজহুৱা কৰিবলৈ আহ্বান গৌৰৱ গগৈৰ।