ওদালগুৰি: ৰৌতাত UPPL ৰ প্ৰাৰ্থী নিলোৎ স্বৰ্গীয়াৰীৰ সপক্ষে বিশাল শোভাযাত্ৰা উলিওৱা হয়
বড়োভূমিত এতিয়া বলি আছে নির্বাচনৰ গৰম বতাহ | ৪০টা পৰিষদীয় সমষ্টিৰ কোন দলে কিমান পাব পাৰিষদ ? ৰাজনীতিৰ এনে গৰম বতাহৰ মাজতেই ৰৌতাতো এতিয়া বা বলিছে নির্বাচনৰ | উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাক কাইটবিহীন কৰি তুলিবলৈ পুনৰবাৰ ৰৌতাৰ জনতাক পুনৰ ৫ বছৰ বিচাৰিছে UPPL প্রার্থী ড০ নিলোৎ স্বর্গীয়াৰীয়ে | ৰৌতা পৰিষদীয় সমষ্টিৰ চোকে- কোনে বিশাল ৰেলী ড০ নিলোৎ স্বর্গীয়াৰীৰ | হাজাৰ হাজাৰ সমর্থকক লৈ ৰেলী বাহিৰ কৰে UPPL প্রার্থীজনে |