Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

নগাঁও: নগাঁও নগৰ শাখাৰ আৰক্ষীৰ বৃহৎ সফলতা, নিচাজাতীয় সামগ্ৰী সহ দুজন সৰবৰাহকাৰী আটক

Nagaon, Nagaon | Sep 23, 2025
নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অভিযান অব্যাহত নগাঁও আৰক্ষীৰ। এইবাৰ নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অভিযান নগৰ শাখাৰ আৰক্ষীৰ, অভিযানত বুজন পৰিমাণৰ  cough syrup  আৰু নিচাজাতীয় টেবলেট সহ দুজন কৈ সৰবৰাহকাৰীক  আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । উল্লেখ্য যে AS-02 J - 2092  নম্বৰৰ চৰিচকীয়া বহনত পুৰণি গুদাম চলচলী অভিমুখে আহি থকা অৱস্থাত জাচিংফাৰ সমীপত নগাঁও নগৰ শাখাৰ আৰক্ষীয়ে অভিযান চলাই ৪৮ টা cough syrup আৰু ২১৬ টা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়

MORE NEWS