দাংতল ৰাজহ চক্ৰ: নিলিবাৰীত ৰে'ল লাইনৰ কাষত অচিনাক্ত মৃতদেহ উদ্ধাৰ, ৰেলৰ তলত পৰি মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে
আজি চিৰাং জিলাৰ নিলিবাৰীত ৰে'ল লাইনৰ কাষত অচিনাক্ত মৃতদেহ উদ্ধাৰ ,স্থানীয় লোকে পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহ,মৃতদেহটোৰ এটা ভৰি চিঙি যোৱা অৱস্থাত উদ্ধাৰ হয়,ৰেলৰ তলত পৰি মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে,ইতিমধ্যে আৰক্ষীক খবৰ দিছে স্থানীয় ৰাইজে।