আজাৰা: বৰঝাৰ বিমানবন্দৰৰ পৰা চেন্নাইলৈ ৰাওনা ৭গৰাকী বিধায়ক,অসম বিধানসভাৰ DRSC সমিতিৰ নেতৃত্বত ৰাওনা আটাইকেইজন
অসম বিধানসভাৰ DRSC সমিতিৰ অধ্যক্ষ শ ৰমেন্দ্ৰ নাৰায়ণ কলিতা নেতৃত্বত ৩ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে চেন্নাইলৈ ৰাওনা ৭ গৰাকী বিধায়ক । এই ভ্ৰমণৰ উদ্দেশ্য হৈছে অসমৰ বাবে প্ৰাসংগিক বিকাশমূলক কাম-কাজসমূহ পৰ্যালোচনা কৰা, বিভিন্ন নীতি-সংক্ৰান্তীয় বিষয়সমূহ বিশ্লেষণ কৰা, আৰু চেন্নাইত অনুষ্ঠিত হ'বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকত অংশ লোৱা ।