মৰঙী: মৰঙিত বন বিভাগৰ লোকে উদ্ধাৰ কৰে এডাল বিষাক্ত ফেঁটী সাপ,সাপডাল উদ্ধাৰ কৰি বন বিভাগে সুৰক্ষিত অৱস্থাত মুকলি কৰি দিয়ে
মৰঙিত বৃহস্পতি বাৰে দিনৰ প্ৰায় ২ বজাত বন বিভাগৰ লোকে উদ্ধাৰ কৰে এডাল বিষাক্ত ফেঁটী সাপ, সাপ ডাল উদ্ধাৰ কৰি বন বিভাগে সুৰক্ষিত অৱস্থাত মুকলি কৰি দিয়ে। সাপডাল প্ৰত্যক্ষ কৰি প্ৰথমে হৈ চৈৰ সৃষ্টি হয়। ইয়াৰ পিছতেই বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ সাপ ডাল উদ্ধাৰ কৰে। উল্লেখ্য যে কোনো লোকক ক্ষতি নকৰাৰ পূৰ্বেই সুৰক্ষিত অৱস্থাত বন বিভাগে সাপ ডাল উদ্ধাৰ কৰি পুনৰ অন্যস্থানত মুকলি কৰি দিয়ে।