মৰিগাঁও: ভুৰবন্ধা ঔগুড়িত গৰু চুৰিক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি, ৰাইজে অৱৰোধ কৰিলে মৈৰাবাৰী মৰিগাঁও পথ
Marigaon, Morigaon | Aug 19, 2025
ঔগুড়িত অঞ্চলত বিগত কিছুদিন ধৰি সংঘটিত হৈ আহিছিল চুৰিকাণ্ড। গাঁও খনৰ পৰা চুৰি হৈছে শতাধিক গৰু। আজি ভুৰবন্ধা সাপ্তাহিক...