ওদালগুৰি: মাজবাটত বিজেপি বিশাল সভাত বিজেপিৰ সভাপতি দিলিপ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন হাৰ্টথ্ৰৱ জুবিন গাৰ্গক
বিটিচি নিৰ্বাচনলৈ মাত্ৰ এটা দিন বাকী, আজি নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিনত পাঁচনৈ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিপক মৌৰৰ হৈ হাজাৰ-হাজাৰ লোক মাজবাটৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাস্থলীত। হাজাৰ হাজাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেৰে উপস্থিতিৰে বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰে পাঁচনৈ পৰিষদীয় সমষ্টিত । ওৰাং,মাজবাট,লামাবাৰী,ধনশ্ৰী আদি ৭খন চাহ বাগিচা আদিৰ পৰা হাজাৰ হাজাৰ লোক মাজবাটত সমবেত হয় ।