দাংতল ৰাজহ চক্ৰ: বাসুগাঁৱত ১৩ নং চিৰাং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সমখৌৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
আজি চিৰাং জিলাৰ বাসুগাঁও ৰাজাসাৰাং ধৰ্মীয় খেল পথাৰত ১৩ নং চিৰাং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সমখৌৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ,আগন্তুক ২২ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হবলগীয়া বিটিআৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী সমখৌৰ ব্ৰহ্মক ভোট দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়,আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী কৌশিক ৰায়, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লব লোচন দাস, প্ৰাৰ্থী সমখৌৰ ব্ৰহ্ম উপস্থিত থাকে।