হোজাই: চাৰিংপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগমৰ স্বামীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ,হোজাই থানাৰ পৰা আদালতলৈ প্ৰেৰণ
Hojai, Hojai | Aug 31, 2025
বিন্নাকান্দিৰ চাৰিং পথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগমৰ স্বামীক গ্ৰেপ্তাৰ।চাৰিং পথাৰৰ চাঞ্চল্যকৰ আকমল হুছেইন হত্যাৰ...