#Watch এয়াৰপ'ৰ্ট টানেলত জ্বলি উঠিল গাড়ী, সক্ৰিয় হ'ল স্বয়ংক্ৰিয় অগ্নি নিৰ্বাপণ ব্যৱস্থা
গুৰুগ্ৰাম–দ্বাৰকা এক্সপ্ৰেছৱেৰ এয়াৰপ'ৰ্ট টানেলত এখন গাড়ীত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে টানেলৰ স্বয়ংক্ৰিয় স্প্ৰিংকলাৰ ব্যৱস্থা সক্ৰিয় হয়। অতি কম সময়তে জুই নিয়ন্ত্ৰণলৈ অনা হয়..
Assam, India | Jul 14, 2026