কদম: ন-আলি মাজ গাঁৱত সদৌ টাই আহোম পয় ফুৰালুং, ম্যুং-ডুন-চুন-খাম ৰ কেন্দ্রীয় কার্যনির্বাহক সভা ও টাই আহোম জ্ঞাতিবর্গ অনুষ্ঠান
ন-আলি মাজ গাঁৱৰ কদম আঞ্চলিক টাই কৃষ্টি ভবন দেওবাৰে সদৌ টাই আহোম পয় ফুৰালুং, ম্যুং-ডুন-চুন-খাম ৰ কেন্দ্রীয় কার্যনির্বাহক সভা ও টাই আহোম জ্ঞাতিবর্গ অনুষ্ঠান অনুষ্ঠিত হয়।সদৌ টাই আহোম পয় ফুৰালুং, ম্যুং-ডুন-চুন-খাম ৰ কেন্দ্রীয় কার্যনির্বাহক সভা ও টাই আহোম জ্ঞাতিবর্গ অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।ন-আলি মাজ গাঁৱৰ কদম আঞ্চলিক টাই কৃষ্টি ভবনৰ সভাপতি সঞ্জীৱ বৰগোহাঞিৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠান।