ডুমডুমা: কাকপথাৰত কাকপথাৰ নিম্ন বুনিয়াদী বিদ্যালয়ত নিৰ্দিষ্ট সময়ৰ বহু পূৰ্বেই বিদ্যালয় চুটি দিয়াৰ অভিযোগ এগৰাকী অভিভাৱকৰ
বুধবাৰে বিয়লি প্রায় ৩ বজাত কাকপথাৰত কাকপথাৰ নিম্ন বুনিয়াদী বিদ্যালয়ত নিৰ্দিষ্ট সময়ৰ বহু পূৰ্বেই বিদ্যালয় চুটি দিয়াৰ অভিযোগ এগৰাকী অভিভাৱকৰ । বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কম হোৱাৰ বাবে বিদ্যালয় ছুটি দিয়াৰ কথা অভিভাৱকক জনাই প্ৰধান শিক্ষকে । প্ৰায় ডেৰ ঘণ্টা ধৰি এগৰাকী কণমানি ছাত্ৰীয়ে বিদ্যালয়ৰ বাহিৰত অকলে ৰৈ থকাৰ অভিযোগ অভিভাৱকৰ ।বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অভিভাৱকৰ লগতে মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ বিষয় ববীয়াৰ