হোজাই: জিলা প্ৰশাসনৰ উদ্যোগত RTU চৌহদত অনুষ্ঠিত কৰা হয় অসম চৰকাৰৰ অভিলাসী কাৰ্যসূচী শুশ্ৰূষা সেতুৰ অধীনত বৃহৎ স্বাস্থ্য শিবিৰ
Hojai, Hojai | Sep 19, 2025 শুক্ৰবাৰে দিনৰ ১১মান বজাত হোজাই জিলা প্ৰশাসনৰ উদ্যোগত হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা হয় অসম চৰকাৰৰ অভিলাসী কার্যসূচী শুশ্ৰূষা সেতুৰ অধীনত এখনি বৃহৎ স্বাস্থ্য শিবিৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি সমগ্ৰ দেশে উদযাপন কৰি আছে সেৱা সপ্তাহ। এই সেৱা সপ্তাহৰ অংশস্বৰূপ হিচাপে ৰাজ্যজুৰি অনুষ্ঠিত হৈ আছে বিধানসভা সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ। আন আন ঠাইৰ সৈতে সংগতি ৰাখি হোজাই জিলা প্ৰশাসনৰ উদ্যোগতো আজি ৰবীন্দ