গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন সোমবাৰে ৯ বজাৰ আৰম্ভ হোৱা নিৰ্বাচন অন্ত পৰে ৩ বজাত
গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন সোমবাৰে ৯ বজাৰ আৰম্ভ হোৱা নিৰ্বাচন অন্ত পৰে ৩ বজাত ।নিৰ্বাচনক লৈ বিশ্ববিদ্যালয়ৰ চৌদিশত উখল মাখল পৰিৱেশ।মুঠ ১৮ টা পদত অনুষ্ঠিত হৈছে নিৰ্বাচন। প্ৰতিটো পদতে তুমূল প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা।