নলবাৰী: প্ৰৱাসী অসমীয়া চহৰৰ বাজিদ আহমেদ আছিল জুবিন গাৰ্গৰ য়ট পাৰ্টিত,পৰিয়ালে অৱগত কৰে সম্পূৰ্ণ সহযোগ কৰিব বাজিদে
জুবিন গাৰ্গৰে য়ট পাৰ্টীৰ সময়ত উপস্থিত আছিল আঠ গৰাকী প্ৰবাসী অসমীয়া উপস্থিত আছিল নলবাৰীৰ বাজিদ নেম আহমেদো ।বাজিদ নেম আহমেদ ছিংগাপুৰত অভিযন্তা হিচাপে কৰ্মৰত।বাজিদ আহমেদ এজন গায়কো ।১৭ বছৰ ধৰি ছিংগাপুৰত পৰিয়ালসহ বাস কৰি আছে বাজিদে।এই মূহুৰ্তলৈ SIT য়ে যোগাযোগ কৰা নাই বাজিদ আহমেদক জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সম্পূৰ্ণ সহযোগ কৰিব বাজিদ আহমেদে ।সংবাদ মাধ্যমক জনালে বাজিদ আহমেদৰ পিতৃ-মাতৃয়ে