মানকাচৰ: কোকৰাডাঙাত গঢ়া খহনীয়াৰ প্ৰতিৰোধৰ বাবে আৰাম্ভ কৰিছে জিঅ টিউবৰ কাম, উপস্থিত জিলা জল সম্পদ বিভাগৰ অভিযন্তা
Mankachar, South Salmara-Mankachar | Aug 23, 2025
শনিবাৰে সন্ধিয়া আনুমানিক ৭:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে...