মানকাচৰ: হাটশিঙিমাৰীৰ কোকৰাডাঙাত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া, জলসম্পদ বিভাগে ততক্ষানিক ভাবে প্ৰতিৰোধৰ চেষ্টা
Mankachar, South Salmara-Mankachar | Sep 6, 2025
শনিবাৰে নিশা আনুমানিক ১১ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া বাবে আতংকিত হৈছে...