বিলাসীপাৰা ভাগ: বিলাসীপাৰা থানাৰ অ'চিক শাস্তিমূলক বদলি,অচি টুকুল বড়োক ধুবুৰী PI আদালতলৈ বদলি,দুর্নীতিৰে সাঙোৰ খাইছিল আচি টুকুল বড়োৰ নাম
বিলাসীপাৰা থানাৰ অ'চিক শাস্তিমূলক বদলি।অচি টুকুল বড়োক ধুবুৰী PI আদালতলৈ বদলি।দুর্নীতিৰে সাঙোৰ খাইছিল আচি টুকুল বড়োৰ নাম।ডাম্পাৰ চালকক লক-আপত আবদ্ধ কৰি অ'চিৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ।মুকলি কৰি দিয়াৰ নামত দাবী কৰিছিল এক লাখ টকা।পিছত ৪০ হাজাৰ টকাত গোচৰ মীমাংসা কৰি এৰি দিয়াৰ অভিযোগ।আমছু নেতাৰ হতুৱাই ২০ হাজাৰ টকা নগদ লৈছিল OC টুকুলে।১০ হাজাৰ টকা UPIৰ জৰিয়তে বেংকৰ একাউণ্টত লৈছিল।মধ্যস্থতাকাৰী আছিল আমছুৰ উপ-সভাপতি মিৰাজুল ইছলাম। যাৰ বাবে OC টুকুলৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ