দেশজুৰি Indigo বিমানযাত্ৰীৰ হাহাকাৰ । DGCAৰ নতুন নিয়মৰ বাবে Indigo বিমান সংস্থাৰ হাহাকাৰ । বিশ্বজুৰি অচল বিমানযাত্ৰা । সমগ্ৰ বিশ্বত প্ৰায় ৪০০ indigo বিমান বাতিল কৰা হৈছে, বিলম্বিত শ শ বিমান । 6E572,6E623,6E271,6E6720,6E972,6E631 আৰু 6E6053 নম্বৰৰ ৭ খন বিমান বাতিল গুৱাহাটী বিমানবন্দৰত ।