বালিজানা: গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত উলহ মালহেৰে বিশ্ব কৰ্মা পূজা পালন কৰা হয়
গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত উলহ মালহেৰে বিশ্ব কৰ্মা পূজা পালন কৰা হয়।এই উপলক্ষে সাংবাদিক সন্থাৰ কাৰ্যালয়ত আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিশ্বকৰ্মা পূজা উপলক্ষ্যে মহিলা নাম দলৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠিত হয়। এই দৃশ্য চাওক। মহিলা সকলে নাম প্ৰসংগ পৰিৱেশন কৰি আছে।পূজা শেষ হোৱাৰ পিছত প্ৰসাদ বিতৰণ কৰা হয়।