নগাঁও: কলিয়াবৰ চাৰি নম্বৰ ভূৰবন্ধাত অঘটন,ব্ৰহ্মপুত্ৰৰ পানীত ডুবি মৃত্যু এটি শিশুৰ,SDRF য়ে উদ্ধাৰ কৰে মৃতদেটো
Nagaon, Nagaon | Nov 2, 2025 কলিয়াবৰ চাৰি নম্বৰ ভূৰবন্ধাত অঘটন। ব্ৰহ্মপুত্ৰৰ পানীত ডুবি মৃত্যু এটি শিশুৰ।চাৰি বন্ধু মিলি ব্ৰহ্মপুত্ৰত গা ধুই থাকোঁতেই পানীত ডুবি যায় আছিক আহমেদ নামৰ ৭ বছৰীয়া শিশুটি। ঘটনাৰ খবৰ পাই স্থানীয় লোকৰ লগতে আমবাগান আৰক্ষীৰ আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই দেওবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত কেবা ঘন্টাৰ মূৰত মৃত অৱস্থাত উদ্ধাৰ হয় শিশুটি।মৃত্যু শিশুটি ৪ নম্বৰ ভূৰবন্ধাৰ নবিকুল ইছলামৰ পুত্ৰ আছিক আহমেদ বুলি চিনাক্ত কৰা হৈছে।ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্